Followers

Pages

Love poet Assamese


Love.. প্ৰেম...💕💞💞💕💋💋

     নিশাৰ নিবিড়
সান্ধিয়া.
আছে এক সুগন্ধি বাৰ্ণময় শাৰীৰ
ইয়াক যি.. বিচাৰি ফুৰে সেয়াই প্ৰেম

               যিদিনাই পৃথিৱীত
মানোুুহৰ জন্ম হ'ল
               সেইদিনাৰ পৰাই
মানুহে দিবই..লাগিছে প্ৰেমৰ সংজ্ঞা

কিন্তু মানহে দিয়া সংজ্ঞা
                   আৰু প্ৰেমে দিয়া সংজ্ঞাৰ মাজত
আছে পাুুৰ্থক্য।
দিনাৰ পোহৰৰো  শৰীৰ আছে
                   কিন্তু প্ৰেমৰ বাবে
এই শৰীৰ  নি..প্ৰায়োজন 
প্ৰেমে  বিচাৰে মাথোঁন 
নিশাৰ অন্ধকাৰ ময়ী 
                               দেহ।
য'ত আছে সমগ্র আৱেগময় কোমলতা
ফুল ফুল গোন্ধ
লাস্যময়ী খোজৰ লালিত্য
                অস্ফুট হাঁহো হাঁহো আবাহন 
মৃদু মৃদু স্পন্দনৰ
                       এক  অনুভৱ অনুভূতি শিহৰণ।।

Previous
Next Post »