ভবাই নাছিলোঁ যে মোৰমৰ ফুলপাহী
এদিন মৰহি যাব।
ভবাই নাছিলোঁ তেওঁ হেনো মোক
কনদুআই যাব.
ভবাই নাছিলোঁ তাই হেনো সুমাজত এৰি থৈ আনৰ হব
প্ৰেমে মানুহক কোষ্ট নিদিয়ে.
মানুহে মানুহক কষ্ট দিয়ে।
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি
যাব লাগে মই পাহৰি যাম।
পাহৰি যাব হয়তো কোনোদিনে নোৱাৰিম।
তথাপি বহুত কষ্টৰে পাহৰাৰ অভিনয় কৰিম।
তোমাক পাবলৈ তুমি বিচৰা গুণ নাই.
অ মোৰ নজিতৰা।
তোমালৈ মোৰ ভাল পোৱা হৃদয়ত
চিৰদিনলৈ ওলমি থাকিব কোনেও নেদেখাকৈ।
নিজৰ ভালপোৱাৰ সহাৰিক যে.
পাবলৈ কিমান হেঁপাহ কোনে বুজিব ?
কোনে কোনে ... বুজিব?
অ মোৰ সুন.
মই তোমাক বহুত বহুত..
ভাল পাওঁ অ।।
💔💔💔💔💔💔💔💔
ConversionConversion EmoticonEmoticon